×

লা ইলা-হা ইল্লাল্লাহৰ তাৎপৰ্য আৰু তাৰ দাবী (অসমীয়া)

প্ৰস্তুত: আব্দুল কাৰীম আব্দুল মাজীদ আদ্দিৱান

Description

চমু বিৱৰণী এইটো শ্বাইখ আব্দুল কাৰীম আদ্দিৱানে লিখা এখন পুস্তিকা বিশেষ। ইয়াত তেখেতে কালিমা লা ইলা-হা ইল্লাল্লাহৰ তাৎপৰ্য আৰু তাৰ দাবী ও চৰ্তসমূহ দাঙি ধৰিছে। উলামা সকলৰ উক্তি বৰ্ণনা কৰাৰ লগতে কিছুমান প্ৰতিবাদৰ খণ্ডন কৰিছে। পি ডি এফ ফাইল খনত কিছুমান আখৰ উহ্য হৈ আছে, গতিকে ৱৰ্ড ফাইল ডাউনলোড কৰক।

Download Book

معلومات المادة باللغة العربية